New Update
/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-2026-01-19-15-20-24.jpeg)
- অসম আৰক্ষীৰ অপৰাধ শাখাই আটক কৰিলে শিখা শর্মাক
- মহানগৰীৰ পাথৰকুঁৱেৰীৰ নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰে শিখা শৰ্মাক
- জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত মন্তব্য কৰিছিল শিখা শৰ্মাই
- শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ পৰিয়ালে
- জুবিন গাৰ্গ ফেন ক্লাৱেও দাখিল কৰিছিল এজাহাৰ
- BNSৰ ১৫২/১৯৬/২৯৯/৩৫১/৩৫২/৩৫৩/৩৫৬ ধাৰাৰ অধীনত গোচৰ ৰুজু
- নীলাচল এপাৰ্টমেণ্টৰ A BLOCKৰ C2 বাসগৃহৰ পৰা আটক শিখা শৰ্মাক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us