New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/SUKLA-D.jpg)
- যোৱা বৃহস্পতিবাৰে মৃত্যু হোৱা সুদৰ্শন অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন।
- পুৱা ১১বজাত পৰিয়ালৰ লোকক চমজাই দিয়া হয় সিদ্ধাৰ্থৰ নশ্বৰ দেহ।
- উল্লেখ্য যে, হৃদজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সিদ্ধাৰ্থ শুক্লাৰ।
- মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০বছৰ।
- সিদ্ধাৰ্থৰ মৃত্যুত বলিউদত শোকৰ লহৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us