New Update
/asomiyapratidin/media/media_files/2025/10/11/ap-web-3-2025-10-11-10-58-45.jpg)
- জুবিন গাৰ্গৰ সৈতে মনোমালিন্য কথা স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ
- জুবিন গাৰ্গৰ অনিচ্ছাৰ পিছতো এদিনত দুটাকৈ অনুষ্ঠান ৰাখিছিল সিদ্ধাৰ্থে
- বিগত দুটা বছৰৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি হৈছিল জুবিন-সিদ্ধাৰ্থৰ মাজত মনোমালিন্য
- এছ আই টি ৰ জেৰাত স্বীকাৰ সিদ্ধাৰ্থ শৰ্মাৰ
- খাৰঘূলিৰ ঘৰ নির্মাণৰ সময়তো সিদ্ধাৰ্থই কৰিছিল ব্যাপক খেলিমেলি
- গৰিমা গৰিমা শইকীয়া গাৰ্গৰ অজ্ঞাতে জুবিন গাৰ্গৰ সৈতে বহুবাৰ তৰ্কত লিপ্ত হৈছিল সিদ্ধাৰ্থ
- জুবিনক টকা ঘটাৰ মাধ্যমৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থে
- সিদ্ধাৰ্থ শৰ্মাৰ প্ৰতিটো চক্ৰান্তত পূৰ্ণ সহযোগ আছিল শেখৰজ্যোতি গোস্বামীৰ
- শেখৰজ্যোতি আৰু সিদ্ধাৰ্থে পৰিকল্পিতভাৱে কৰিছিল সকলো কাম
- অন্য লোক জুবিন গাৰ্গৰ ঘনিষ্ঠ হোৱাৰ উমান পালে আঁতৰোৱাৰ চেষ্টা চলাইছিল দুয়োৱে
- দুই অভিযুক্তক মুখামুখিকৈ বহাই চলোৱা জেৰাত স্বীকাৰোক্তি সিদ্ধাৰ্থ-শেখৰৰ