New Update
/asomiyapratidin/media/media_files/2025/10/12/500-2025-10-12-21-07-40.jpg)
- প্ৰতি মূহুৰ্ততে মানসিক স্থিতি সলনি হৈছে দগাবাজ শ্যামকানু মহন্তৰ।
- একপ্ৰকাৰ মানসিক স্থিতি হেৰুওৱাৰ দিশে শ্যামকানু মহন্ত।
- শৰীৰ মৰ্দনৰ পিছত এইবাৰ লকআপতে কিতাপ বিচাৰি হায়ৰাণ হৈছে জাতিদ্ৰোহী শ্যামকানু।
- তদন্তকাৰী আৰক্ষীৰ পৰা বিচাৰিছে পচন্দৰ কিতাপ।
- কিতাপ পঢ়ি সময় কটাব বিছাৰিছে সংস্কৃতিৰ দালালটোৱে।
- উল্যেখযোগ্য যে চাৰিদিন পূৰ্বে পত্নী অনিতা ডেকা মহন্তই কিতাপ আৰু কৃষ্ণ বন্দনাৰ শ্লোক লিপিবদ্ধ কাগজ এখিলা দিবলৈ নিছিল শ্যামকানুলৈ।
- CIDয়ে ভিতৰলৈ নিবলৈ দিয়া নাছিল কিতাপ আৰু কৃষ্ণ বন্দনাৰ শ্লোক লিখা কাগজ।
- আজিৰ দিনটোত বাৰে বাৰে কিতাপ বিচাৰি হায়ৰাণ হৈছে দগাবাজ শ্যামকানু মহন্ত।