টীম ইণ্ডিয়াৰ পৰা কিয় বাদ পৰিল শুভমন গিল?

শনিবাৰে ঘোষণা কৰা দলত নাই টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়কগৰাকীৰ নাম। দল ঘোষণাৰ পিছত শুভমনক বাদ দিয়াৰ কাৰণ বাখ্যা কৰিছে প্ৰধান নিৰ্বাচক অজিত আগাৰকাৰে। 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-21 at 5.07.12 PM

ডিজিটেল ডেস্কঃ ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে দলত স্থান হেৰুৱালে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন শুভমন গিল। শনিবাৰে ঘোষণা কৰা দলত নাই টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়কগৰাকীৰ নাম। দল ঘোষণাৰ পিছত শুভমনক বাদ দিয়াৰ কাৰণ বাখ্যা কৰিছে প্ৰধান নিৰ্বাচক অজিত আগাৰকাৰে। 

3bab2894-c1d1-43a2-a1e1-00bdd15ecafc

উল্লেখ্য় যে,অজিত আগৰকাৰে কয় , আমি জানো যে তেওঁ কিমান প্ৰতিভাশালী খেলুৱৈ, কিন্তু যোৱা বিশ্বকাপত পৰাস্ত হোৱাটো দুৰ্ভাগ্যজনক আছিল, কিয়নো আমি বিভিন্ন কম্বিনেচনৰ সৈতে গৈছিলো। ১৫জনীয়া দল বাছনি কৰিবলৈ হ’লে কাৰোবাক বাদ দিবই লাগিব।  সেয়ে এইবাৰ গীলক বাদ দিবলগীয়া হ’ল । আনপিনে শুভমন গিলৰ শেহতীয়া প্ৰদৰ্শন যথেষ্ট দুৰ্বল। 

875f54b4-37cf-4fef-818a-913ef8ac5872

শুভমন গিল