শ্বিলঙ লোকসভাৰ সাংসদ ড° ৰিকী এনড্রিঅ'জে ছিংকনৰ দেহাৱসান

শ্বিলঙ লোকসভাৰ সাংসদ ড° ৰিকী এনড্রিঅ'জে ছিংকনৰ দেহাৱসান। নিশা ৮.৪৫ বজাত চিকিৎসাালয়ত শেষ নিশ্বাস ত্যাগ কৰে সাংসদগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
1
  • শ্বিলঙ লোকসভাৰ সাংসদ ড° ৰিকী এনড্রিঅ'জে ছিংকনৰ দেহাৱসান
  • নিশা ৮.৪৫ বজাত চিকিৎসাালয়ত শেষ নিশ্বাস ত্যাগ কৰে সাংসদগৰাকীয়ে
  • ফুটছল খেলি থকাৰ সময়তে হঠাৎ‍ অসুস্থ হৈ পৰিছিল সাংসদগৰাকী
  • ৫৪ বছৰীয়া সাংসদগৰাকীক লগে লগে ভৰ্তি কৰোৱা হৈছিল চিকিৎসাালয়ত
  • ডাঃ এইচ গৰ্ডন ৰবাৰ্টছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সাংসদ ড০ ৰিকী এনড্রিঅ’জে ছিংকনক
  • বন্ধুত্বমূলক এখন খেলত ভাগ লৈ থকাৰ সময়তে অসুস্থ হৈ পৰিছিল
  • ভইচ অব দ্য পিপ’ল পাৰ্টীৰ নেতা আছিল শ্বিলঙৰ সাংসদগৰাকী
  • তেওঁৰ মৃত্যু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শোক প্ৰকাশ কৰে 

Meghalaya MP Ricky AJ Syngkon Dies ...

শ্বিলঙ