মুখ্য-পৃষ্ঠা অসম জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা শেখৰজ্যোতি গোস্বামীক গ্রেপ্তাৰ সাগৰত সাঁতুৰি থকা সময়তো একেলগে আছিল শেখৰ। জুবিনৰ নশ্বৰদেহৰ সৈতে ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিছিল শেখৰ। Asomiya Pratidin 25 Sep 2025 15:51 IST Follow UsNew Updateশেখৰজ্যোতি গোস্বামীক গ্রেপ্তাৰ।জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী।জুবিনৰ মৃত্যুৰ সময়ত য়টত আছিল শেখৰ।সাগৰত সাঁতুৰি থকা সময়তো একেলগে আছিল শেখৰ।জুবিনৰ নশ্বৰদেহৰ সৈতে ছিংগাপুৰৰ পৰা দিল্লীলৈ আহিছিল শেখৰ। জুবিন গাৰ্গআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক