ৰাহুল গান্ধীক পদত্যাগ কৰিবলৈ নিদিওঃ শীলা দিক্ষীত

ৰাহুল গান্ধীক পদত্যাগ কৰিবলৈ নিদিওঃ শীলা দিক্ষীত
  • কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ দিল্লী প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ শীলা দিক্ষীতৰ।
  • ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰে শীলা দিক্ষীতে।
  • ৰাহুল গান্ধীক পদত্যাগ নকৰিবলৈ আহ্বান জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
  • 'মই ৰাহুল গান্ধীক বুজাবলৈ চেষ্টা কৰিছো।'
  • 'বৰ্তমান সময়ত তেওঁ কংগ্ৰেছৰ অধ্যক্ষ পদ নেৰাটোৱেই সঠিক হ'ব।'
  • 'আমি সকলোৱে তেওঁক কংগ্ৰেছৰ নেতৃত্ব বহন কৰাটো বিচাৰো।'
  • 'তেওঁৰ পদত্যাগে কংগ্ৰেছ কৰ্মীসকলৰ শক্তি হ্ৰাস কৰিব।'
  • 'আমি ৰাহুল গান্ধীক পদত্যাগ কৰিবলৈ নিদিও।'
  • ৰাহুল গান্ধীক সাক্ষাতৰ পিছত এইদৰে মন্তব্য কৰে শীলা দিক্ষীতে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in