New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7uz6I9XsAAvgMV.jpg)
- কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ দিল্লী প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ শীলা দিক্ষীতৰ।
- ৰাহুল গান্ধীৰ দিল্লীৰ বাসভৱনত সাক্ষাৎ কৰে শীলা দিক্ষীতে।
- ৰাহুল গান্ধীক পদত্যাগ নকৰিবলৈ আহ্বান জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
- 'মই ৰাহুল গান্ধীক বুজাবলৈ চেষ্টা কৰিছো।'
- 'বৰ্তমান সময়ত তেওঁ কংগ্ৰেছৰ অধ্যক্ষ পদ নেৰাটোৱেই সঠিক হ'ব।'
- 'আমি সকলোৱে তেওঁক কংগ্ৰেছৰ নেতৃত্ব বহন কৰাটো বিচাৰো।'
- 'তেওঁৰ পদত্যাগে কংগ্ৰেছ কৰ্মীসকলৰ শক্তি হ্ৰাস কৰিব।'
- 'আমি ৰাহুল গান্ধীক পদত্যাগ কৰিবলৈ নিদিও।'
- ৰাহুল গান্ধীক সাক্ষাতৰ পিছত এইদৰে মন্তব্য কৰে শীলা দিক্ষীতে।