Published on:
Updated on:
- অৰবিন্দ শাৱন্তেও স্থান লাভ কৰিছে মোডী কেবিনেটত।
- দক্ষিণ মুম্বাইৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে তেওঁ।
- শেৱসেনাৰ সাংসদ তেওঁ।
- দুটাকৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ বিধায়ক আছিল শাৱন্ত।
- প্ৰথমবাৰৰ বাবে মোডী কেবিনেটত তেওঁৰ স্থান লাভ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in