প্ৰাক্তন মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ…

প্ৰাক্তন মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ…

author-image
asomiyapratidin
New Update
প্ৰাক্তন মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ…

ডিজিটেল ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ পাৱাৰ অসুস্থ। কংগ্ৰেছ দলে এই কথা সদৰী কৰিছে। জানিব পৰা মতে, অসুস্থ হৈ পৰাৰ পাছত ব্ৰীজ কেণ্ডী হাস্পতালত তেওঁক ভৰ্তি কৰোৱা হয়। দলটোৱে সদৰী কৰা মতে, শৰদ পাৱাৰৰ গ'ল্ড ব্লেডাৰৰ সমস্যা থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অস্ত্ৰোপচাৰৰ বাবে অহা ৩১ মাৰ্চ অৰ্থাৎ বুধবাৰে পাৱাৰক ভৰ্তি কৰা হ'ব চিকিৎসালয়ত। এনচিপিৰ প্ৰবক্তা নবাব মালিকে টুইটত লিখিছে- 'দেওবাৰে সন্ধিয়া শৰদ পাৱাৰৰ পেটত বিষ হোৱা বুলি জনায়। তাৰপাছতে চিকিৎসালয়ত চিকিৎসকে জনাই যে তেওঁৰ গ'ল্ড ব্লেডৰৰ সমস্যা হৈছে।'