মহিলা কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ...

চৰকাৰী বিভাগৰ মহিলা কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ। এতিয়াৰে পৰা অসমৰ প্ৰতিটো চৰকাৰী বিভাগত উপলব্ধ হ’ব SHE Box । প্ৰতিটো চৰকাৰী বিভাগৰ কাৰ্যালয়ত থাকিব এই সুবিধা।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • চৰকাৰী বিভাগৰ মহিলা কৰ্মচাৰীৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ।
  • এতিয়াৰে পৰা অসমৰ প্ৰতিটো চৰকাৰী বিভাগত উপলব্ধ হSHE Box
  • প্ৰতিটো চৰকাৰী বিভাগৰ কাৰ্যালয়ত থাকিব এই সুবিধা।
  • কাৰ্যালয়ত মহিলা কৰ্মচাৰী নিৰ্যাতনৰ অভিযোগৰ বাবে এই ব্যৱস্থা।
  • Sexual Harassment Electronic Boxত দিব পাৰিব অভিযোগ।
  • নিজৰ নিজৰ পৰিচয় ৰাজহুৱা নোহোৱাকৈ ভুক্তভোগীয়ে দিব পাৰিব অভিযোগ।
  • ACS বিষয়া হেমাশ্ৰী হাজৰিকাক ইয়াৰ বাবে দিয়া হৈছে দায়িত্ব।
  • কেন্দ্ৰীয় চৰকাৰৰ এই ব্যৱস্থা প্ৰতিটো বিভাগত থকাতো বাধ্যতামূলক।
  • অৱশ্যে অসম চৰকাৰৰ বিভাগসমূহত উপলব্ধ নাছিল এই SHE Box
অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ