জ্যেষ্ঠ ভিডিঅ' জাৰ্ণেলিষ্ট মনোজ ডেকাৰ দেহাৱসান...

মঙলবাৰে নিশা ১.৩০ বজাত জি এন আৰ চি ত মৃত্যু হয় মনোজ ডেকাৰ। তেওঁৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰে প্ৰতিটো সংবাদ মাধ্যমে...

author-image
Asomiya Pratidin
New Update
1
  • প্ৰাগ নিউজৰ জ্যেষ্ঠ ভিডিঅ' জাৰ্ণেলিষ্ট মনোজ ডেকাৰ দেহাৱসান
  • হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু মনোজ ডেকাৰ
  • মঙলবাৰে নিশা ১.৩০ বজাত জি এন আৰ চি ত মৃত্যু হয় তেওঁৰ
  • মনোজ ডেকাৰ মৃত্যুত সংবাদ মাধ্যমৰ শোক প্ৰকাশ 
মনোজ ডেকা