চিআইডিৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হ’ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক

CIDৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হ’ল শেখৰজ্যোতি গোস্বামীক। পুনৰ জেৰাৰ বাবে CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব শেখৰজ্যোতি। SITৰ চাৰে দহ ঘণ্টাৰ জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হ’ল শেখৰজ্যোতিক।

author-image
Asomiya Pratidin
New Update
web ap shekhar
  • CIDৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হ’ল শেখৰজ্যোতি গোস্বামীক
  • মাৰাথন জেৰাৰ অন্তত CIDৰ কাৰ্যালয়ৰ পৰা যাবলৈ দিয়া হ'ল অমৃতপ্ৰভা মহন্তকো
  • পুনৰ জেৰাৰ বাবে CIDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব শেখৰজ্যোতি, অমৃতপ্ৰভা
  • SITৰ চাৰে দহ ঘণ্টাৰ জেৰাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হ’ল শেখৰজ্যোতিক
  • কাইলৈ পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ শেখৰজ্যোতিক গোস্বামীক
  • নিশাটো CIDৰ নজৰত থাকিব শেখৰজ্যোতি গোস্বামী
  • ছিংগাপুৰলৈ জুবিন গাৰ্গৰ সৈতে গৈছিল বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী
  • জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী হিচাপে গৈছিল অমৃতপ্ৰভা মহন্ত
শেখৰজ্যোতি গোস্বামী জুবিন জুবিন গাৰ্গ