New Update
/asomiyapratidin/media/media_files/2025/10/03/whatsapp-image-2025-2025-10-03-22-03-43.jpeg)
- CIDত শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক স্বীকাৰোক্তি
- সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে শেখৰজ্যোতি গোস্বামীৰ বিস্ফোৰক ভাষ্য
- জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিহপান কৰোৱাৰ অভিযোগ
- বিশ্বস্ত সূত্ৰৰ জৰিয়তে পোৱা গৈছে এই ভয়ংকৰ খবৰটো
- সিদ্ধাৰ্থ শৰ্মাই নৌকা বিহাৰৰ ভিডিঅ’ শ্বেয়াৰ নকৰিবলৈ ধমক দিছিল
- জুবিন গাৰ্গৰ মুখেৰে ফেন ওলোৱাত সিদ্ধাৰ্থই গুৰুত্ব দিয়া নাছিল
- ফেন ওলোৱা কথাটো সাধাৰণ ৰূপ দিবলৈ চেষ্টা কৰিছিল সিদ্ধাৰ্থই
- গেষ্টিকৰ বাবেহে ফেন ওলোৱা বুলি বিষয়টো পাতল কৰিছিল সিদ্ধাৰ্থই
- লাইফ জেকেট নিপিন্ধাকৈ জুবিনক সাঁতুৰিবলৈ উৎসাহী কৰিছিল সিদ্ধাৰ্থই
- লাইফ জেকেট নিপিন্ধাৰ বাবে নাৱৰ একাংশই বাধা দিছিল
- কিন্তু সিদ্ধাৰ্থ শৰ্মাই ‘যাব দে, যাব দে’ বুলি কৈছিল
- এই ষড়যন্ত্ৰত শ্যামকানু মহন্ত জড়িত থকাৰ অভিযোগ শেখৰ গোস্বামীৰ
- ‘ষড়যন্ত্ৰ সফল কৰিবলৈ বিদেশৰ স্থান বাছনি কৰিছিল দুয়োৱে’
- CIDৰ ওচৰত এই স্বীকাৰোক্তি শেখৰজ্যোতি গোস্বামীৰ