New Update
/asomiyapratidin/media/media_files/2026/01/30/22-2026-01-30-14-19-38.jpg)
- ৰাজ্যত এতিয়াও অব্যাহত আছে গৰু চুৰিচক্ৰ।
- পুৱাই ৰাইজে খেদি খেদি ননৈ ঘুৰঘুৰিত জব্দ কৰে এখন গৰু ভৰ্তি কন্টেনাৰ।
- ৰাইজে খেদি যোৱাৰ উমান পাই কন্টেনাৰখন মূল পথৰ পৰা পথাৰলৈ নমাই পলায়ন চালক, হেণ্ডিমেনৰ।
- কন্টেনাৰখনত প্ৰায় ৪০ টা গৰু থকাৰ সন্দেহ।
- প্ৰায় কেইবাটাও গৰু মৃত্যু হৈছে বুলি জানিব দিয়ে স্থানীয় ৰাইজে।
- আনহাতে দীৰ্ঘদিনৰ পৰাই সমগ্ৰ কঠিয়াতলী অঞ্চলত চলি আহিছিল গৰু চুৰি কাৰ্য।
- গৰু চুৰিৰ কাৰ্য্য নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ কঠিয়াতলী আৰক্ষী।
- জব্দকৃত কন্টেনাৰখনত চুৰি হোৱা গৰুৰ সন্ধান লাভ কৰিছে গৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us