New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/01/breaking-news-poster-design-template-d020bd02f944a333be71e17e3a38db24_screen.jpg)
- ধেমাজি চমৰাজান পানীতুলাত দুৰ্ঘটনা।
- অৰুণাচল নাহৰলগুন-তিনিচুকীয়া ইন্টাৰচিটি ৰেলে খুন্দিয়ালে এখন নতুন স্কৰপিঅ'।
- নাহৰলগুনৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত চমৰাজান পানীতুলাত গেটবিহীন পথেৰে ৰেল আলি পাৰ হওতে স্কৰপিঅ খন মহতিয়াই নিয়ে ৰেলে।
- দুৰ্ঘটনাত থিতাতে নিহত ডিম্পুল বৰগোহাঁই(৩৫)।
- গুৰুতৰভাৱে আহত অমৰাৱতী দলে(৬৫)।