লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত অ'এনজিচিৰ উন্নয়নমূলক কামৰ শিলান্যাস

অনুষ্ঠানত অ'এন জি চিৰ চাপ'ৰ্ট মেনেজাৰ দিব্যজ্যোতি বৰাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মিতালি গগৈ, পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰ আৰু বহু গণ্য মান্য লোক উপস্থিত থাকে ৷

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল সংবাদ,ঘিগোলাঘাট পূৱ শিক্ষাখণ্ড অন্তৰ্গত লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ত  বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু অ'এন জি চিৰ সহযোগত অ'এন জি চিৰ সামাজিক দায়বদ্ধতাৰে ধনৰ পূঁজিৰে লোণপুৰীয়া প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু প্ৰস্ৰাৱগাৰৰ শিলান্যাসৰ কাম কৰা পৰিলক্ষিত হয় । 

image (27)

উল্লেখযোগ্য যে অনুষ্ঠানত অ'এন জি চিৰ চাপ'ৰ্ট মেনেজাৰ দিব্যজ্যোতি বৰা, ইন্সটলেচন মেনেজাৰ  দিগন্ত শৰ্মা, পথিকৰ জেষ্ঠ উপদেষ্টা জিতেন্দ্ৰ সোণোৱাল, ৰমেন বৰুৱাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মিতালি গগৈ, পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰ লগতে বহু গণ্য মান্য লোক উপস্থিত থাকে ৷

image (29)

ঘিলাধাৰী