/asomiyapratidin/media/media_files/2025/12/30/new-ap-web-11-11-24-new-2-2025-12-30-19-00-42.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত বৃদ্ধি শীতৰ প্ৰকোপ। বিগত তিনি দিন ধৰি ৰাজ্যত ঘন কুঁৱলীৰ আচ্ছাদনৰ লগতে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। শীতৰ প্ৰকোপৰ বাবে বিদ্যালয় বন্ধ ঘোষণা। ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ বন্ধ থাকিব চৰকাৰী বিদ্যালয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/whatsapp-image-202-2025-12-30-19-01-48.jpeg)
উল্লেখ্য যে, এসপ্তাহৰ বাবে বন্ধ থাকিব কামৰূপ মেট্ৰ’ জিলাৰ সকলো চৰকাৰী বিদ্যালয়। ইপিনে এই বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ। লগতে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আনহাতে সকলো চৰকাৰী বিদ্যালয় ব্যক্তিগত বিদ্যালয়সমূহক নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈও আহ্বান জনোৱা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/image-6-2025-12-30-19-03-17.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us