জুবিন নোহোৱা হোৱাৰ দুখ! ব্ৰহ্মপুত্ৰত জাঁপ এগৰাকী লোকৰ...

জালুকবাৰীৰ শৰাইঘাট দলঙত অঘটন। দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ দিলে এজন লোকে। ‘জয় জুবিন দা’ বুলি চিঞৰি নদীত জাঁপ দিলে লোকজনে। পুৰণি শৰাইঘাট দলঙত সংঘটিত এই ঘটনা।

author-image
Asomiya Pratidin
New Update
oppppdd
  • জালুকবাৰীৰ শৰাইঘাট দলঙত অঘটন।
  • দলঙৰ পৰা ব্রহ্মপুত্রত জাঁপ দিলে এজন লোকে।
  • ‘জয় জুবিন দা’ বুলি চিঞৰি নদীত জাঁপ দিলে লোকজনে।
  • পুৰণি শৰাইঘাট দলঙত সংঘটিত এই ঘটনা।
  • লোকজনক বিচাৰি নদী আৰক্ষীৰ অভিযান অব্যাহত।
  • এতিয়ালৈকে কোনো সন্ধান নাই লোকগৰাকীৰ। 
জুবিন গাৰ্গ