/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
২০২৩-২৪ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ-পদাধিকাৰ হিচাপে লক্ষীমপুৰ জিলা শাখাৰ চক্ৰধৰ সোনোৱাল নিৰ্বাচিত ৷
২০২৩-২৪ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে গুৱাহাটী মহানগৰী জিলা শাখাৰ কুশল ঠাকুৰীয়া নিৰ্বাচিত ৷
যুটীয়া সম্পাদক হিচাপে গোলাঘাট জিলা শাখাৰ দেৱাঞ্জন বৰা নিৰ্বাচিত ৷
সংঘৰ অহা দুটা বৰ্ষৰ বাবে ইতিমধ্যে ৰঙীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৱেন্দ্ৰ নাথ ডেকা বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us