সঞ্জীৱ নাৰায়নৰ সংবাদমেলৰ স্থান সলনি

সঞ্জীৱ নাৰায়নৰ সংবাদমেলৰ স্থান সলনি। প্ৰাগ নিউজৰ কাৰ্যালয়ত অনুষ্ঠিত হব সংবাদমেল। পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱত হোৱাৰ কথা আছিল সংবাদমেলখন।

author-image
Asomiya Pratidin
New Update
HJGJHGUGH
  • সঞ্জীৱ নাৰায়নৰ সংবাদমেলৰ স্থান সলনি
  • প্ৰাগ নিউজৰ কাৰ্যালয়ত অনুষ্ঠিত হব সংবাদমেল
  • পূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱত হোৱাৰ কথা আছিল সংবাদমেলখন
  • আৰক্ষীৰ বাধাৰ বাবে স্থান সলনি কৰিলে সঞ্জীৱ নাৰায়নে
  • বিয়লি ৩ বজাত অনুষ্ঠিত হব সংবাদমেলখন
  • জুবিন গাৰ্গৰ অকাল বিয়োগৰ সৈতে নাম সাঙোৰ খাইছিল নাৰায়নৰ
  • ১৯ তাৰিখৰ দিনা ছিংগাপুৰতে আছিল সঞ্জীৱ নাৰায়ন
  • বঙাইগাঁৱত অনুৰাগীয়ে দিয়া এজাহাৰত নাম আছিল সঞ্জীৱ নাৰায়নৰ
  • এই সংবাদমেলত জুবিনৰ মৃত্যু সন্দৰ্ভত বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা
সঞ্জীৱ নাৰায়ন