New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-24/yl9ipeil/6.jpg)
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ'ব সঞ্জীৱ খান্না।
তেওঁ মাত্ৰ ছমাহৰ বাবে দায়িত্বত থাকিব।
টুইটযোগে ঘোষণা কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন মেঘৱালৰ।
১১ নৱেম্বৰত শপত গ্ৰহণ কৰিব ন্যায়াধীশ খান্নাই।
সঞ্জীৱ খান্না হ’ব দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ।
উল্লেখ কৰা প্ৰয়োজন যে, ১৩মে' ২০২৫ত কাৰ্যকাল অন্ত পৰিব সঞ্জীৱ খান্নাৰ