" পুৱাই চামগুৰিত সংঘটিত শোকাৱহ ঘটনা চামগুৰিৰ আমনিল আমলখিত ৰে'লৰ খুন্দাত মহিলাৰ মৃত্যু বৰ্তমানেও মৃত মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত "