১৯৮৪ৰ খলনায়ক সজ্জন কুমাৰ
১৯৮৪ৰ খলনায়ক সজ্জন কুমাৰ

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাছতেই পদত্যাগ কংগ্ৰেছ নেতা সজ্জন কুমাৰৰ

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা সজ্জন কুমাৰে অৱশেষত কৰিলে পদত্যাগ। কুমাৰে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰিলে পত্ৰ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সজ্জন কুমাৰক ১৯৮৪চনৰ শিখ নিধন যজ্ঞৰ দোষী সাব্যস্ত কৰাৰ পাছতেই পদত্যাগ কৰে কুমাৰে। সোমবাৰে ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড শাস্তি বিহিছিল সজ্জন কুমাৰক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in