Advertisment

কবি সমীৰ তাঁতীলৈ সাহিত্য অকাডেমী বঁটা

১৯৫৫ চনৰ ৬ ফ্ৰেব্ৰুৱাৰীত গোলাঘাটৰ বিহৰা চাহ বাগিচাত জন্ম হৈছিল সমীৰ তাঁতীৰ। ১৯৮৩ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ উপাধি লাভ কৰি তাঁতীয়ে হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত সাদিনীয়া নাগৰিকত উপ-সম্পাদক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল

author-image
Asomiya Pratidin
New Update
f
  • অসমীয়া কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী সমীৰ তাঁতীলৈ ২০২৪ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা
  • ফৰিংবোৰে বাটৰ কথা জানে কাব্য গ্ৰন্থৰ বাবে বঁটা প্ৰদান
  • পূৰ্বে লাভ কৰিছিল ছপনলাল জৈন সাহিত্য বঁটা
  • ২০১২ ত লাভ কৰিছিল অসম উপত্যকা সাহিত্য বঁটা 
  • যুদ্ধভূমিৰ কবিতা,কদম ফুলাৰ ৰাতি,শোকাকুল উপত্যকা,বিগলিত প্ৰাৰ্থনা ৰ স্ৰষ্টা সমীৰ তাঁতী
সমীৰ তাঁতী