New Update
/asomiyapratidin/media/media_files/2025/06/18/sa-f826ce83.jpg)
- অসমীয়া সাহিত্যলৈ ভাল খবৰ।
- অসমীয়া দুই লেখকলৈ সাহিত্য একাডেমীৰ স্বীকৃতি।
- ২০২৫ বৰ্ষৰ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা সুৰেন্দ্ৰ মোহন দাসলৈ।
- দাসৰ 'মইনাহঁতৰ পদ্য ' শীৰ্ষক গ্ৰন্থৰ বাবে প্ৰদান কৰা হব এই বঁটা।
- ২০২৫ বৰ্ষৰ সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ সুপ্ৰকাশ ভূঞালৈ।
- তেওঁৰ 'কুঁচিয়ানামা' গ্ৰন্থৰ বাবে তেওঁলৈ এই সন্মান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us