Published on :
Updated on :
- স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ২০২০-২১বৰ্ষত সাহিত্যিক পেঞ্চন লাভ ৪৩গৰাকী সাহিত্যিকৰ নাম।
- তেওঁলোক ক্ৰমে হিৰন শইকীয়া, বৰপেটা।
- সমৰ বিজয় চক্ৰৱৰ্তী, শিলচৰ।
- বিমল ৰাজখোৱা, ধেমাজি।
- বিদ্যাভূষণ দেউৰীস ডিব্ৰুগড়।
- দীনেশ চন্দ্ৰ শৰ্মা,মালিগাওঁ।
Asomiya Pratidin
www.asomiyapratidin.in