Published on:
Updated on:
- ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু।
- লোকজনৰ নাম নিপেন দেৱনাথ।
- মৃত লোকজনৰ বয়স ৫৫ বছৰ।
- বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল লোকজন।
- বিগত কেইটামান দিন ধৰি জি এম চি এইচৰ আই চি ইউত চিকিতসাধীন হৈ আছিল দেৱনাথ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in