ৰূপহীহাট আৰক্ষীৰ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান

ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান। একেদিনাই তিনিটা স্থানত ড্ৰাগছৰ বিৰোধী অভিযান চলাই ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰীক।

author-image
Asomiya Pratidin
New Update
470
  • ৰূপহীহাট আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান।
  • একেদিনাই তিনিটা স্থানত ড্ৰাগছৰ বিৰোধী অভিযান চলাই ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰীক।
  • ৰূপহীহাট আৰক্ষীয়ে গোপন খবৰৰ বৃত্তিত ৰূপহী তিনিআলি, গড়েমাটিখোৱা আৰু শিঙিমাৰীত অভিযান চলায়। 
  • এই অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰীক।
  • ড্ৰাগছ সৰবৰাহকাৰী তিনিও ক্ৰমে হোজাইৰ শুকুৰ মহখুলিৰ শ্বাহাব উদ্দীন আৰু শিঙিমাৰীৰ বাহাৰুল ইছলাম।
  • সৰবৰাহকাৰী তিনিওৰ পৰা জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১৪.৪৬ গ্ৰাম।
  • সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ধৃত তিনি সৰবৰাহকাৰীক।
আৰক্ষী