ৰূপহীহাটৰ পশ্চিম শিঙিমাৰী বৰখালপাৰাত বন বিভাগৰ গুলীচালনা

ৰূপহীহাটৰ পশ্চিম শিঙিমাৰী বৰখালপাৰাত বন বিভাগৰ গুলীচালনা। জুৱাৰীৰ বিৰুদ্ধে বন বিভাগৰ শূন্যলৈ কেইবা জাঁই গুলী।

author-image
Asomiya Pratidin
New Update
image (11)
  • ৰূপহীহাটৰ পশ্চিম শিঙিমাৰী বৰখালপাৰাত বন বিভাগৰ গুলীচালনা
  • জুৱাৰীৰ বিৰুদ্ধে বন বিভাগৰ শূন্যলৈ কেইবা জাঁই গুলী নিক্ষেপ
  • লাওখোৱা অভয়াৰণ্যৰ বৰখালপাৰত নিশা বহিছিল জুৱা খেল
  • বন বিভাগৰ লোক উপস্থিত হোৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ
  • পৰিস্থিতি নিয়ন্ত্রণ তথা ছত্রভংগৰ বাবে বন বিভাগৰ গুলীচালনা
  • গুলীচালনা কৰাত ঘটনাস্থলীৰ পৰা পলায়ন ১৫-২০জনীয়া জুৱাৰীৰ দল
  • গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন বিভাগে চলায় শূন্যলৈ গুলী
  • পশ্চিম শিঙিমাৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে জুৱা খেল বহাক লৈ সৃষ্টি হৈছে ৰহস্যৰ
  • লাওখোৱা অভয়াৰণ পশ্চিম শিঙিমাৰীত ভূমি বে-দখলৰ চেষ্টা একাংশৰ
ৰূপহীহাট