৮হাজাৰ টকাত নিজৰ কৰি লওঁক Royal Enfieldৰ এইখন বাইক...

Royal Enfield বাইকৰ প্ৰতি প্ৰায় সকলো লোকৰে থাকে দুৰ্বলতা। কিন্তু দামৰ বাবে বহুতে ক্ৰয় কৰি নোৱাৰে সপোনৰ এই বাইকখন। কিন্তু এতিয়া চিন্তা নাই। মাত্ৰ ৮হাজাৰ টকা দি আপুনি

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল ডেস্কঃRoyal Enfield বাইকৰ প্ৰতি প্ৰায় সকলো লোকৰে থাকে দুৰ্বলতা। কিন্তু দামৰ বাবে বহুতে ক্ৰয় কৰি নোৱাৰে সপোনৰ এই বাইকখন। কিন্তু এতিয়া চিন্তা নাই। মাত্ৰ ৮হাজাৰ টকা দি আপুনি নিজৰ কৰি ল'ব পাৰিব  Royal Enfieldৰ বাইক। 

0a3511d8-4a3c-4996-8ce0-5735fc7de7e8

Royal Enfield Hunter 350 বাইকখন ক্ৰয় কৰিবলৈ আপুনি কৰিব লাগিব এই কাম। উল্লেখ কৰা প্ৰয়োজন যে, ৰলেল এনফিল্ড হান্টাৰ ৩৫০বাইকখনৰ প্ৰাৰম্ভিক মূল্য হৈছে প্ৰায় ১,৪৯,৯০০টকা। কিন্তু ইমান টকা আপুনি একেলগে দিব নালাগে ডিলাৰক।

এই বাইকখনৰ অন ৰোডৰ মূল্য প্ৰায় ১.৭৩লাখ টকা। বাইকখন ক্ৰয় কৰিব বিচাৰিলে আপুনি মাত্ৰ ৮,৬৪৬টকা ডাউন পেমেন্ট দি ১.৬৪লাখ টকাৰ ঋণ লাভ কৰিব। কিন্তু ইয়াৰ বাবে আপোনাৰ মাহিলী দৰমহা হব লাগিব ২৫হাজাৰ টকা।

b8a3528d-beeb-46e4-a437-91102eb3effb

যদিহে আপুনি এই ৮,৬৪৬টকা দি বাইকখন ক্ৰয় কৰে তেন্তে ৯শতাংশ সূদৰ ঋণত দুবছৰৰ বাবে প্ৰতিমাহে ৮,১০০টকাকৈ কিস্তি দিব লাগিব। যদিহে ৩বছৰৰ বাবে ঋণৰ ম্যাদ বৃদ্ধি কৰে তেন্তে প্ৰতিমাহে ৫,৮০০টকাকৈ জমা দিব লাগিব বেংকত।

বাইক