New Update
/asomiyapratidin/media/media_files/2025/10/26/new-ap-web-2-26-2025-10-26-14-27-11.jpg)
- জুবিনৰ নাম লৈ একাংশই আৰম্ভ কৰিলে বেপাৰ
- হঠাৎ বৃদ্ধি ‘ৰৈ ৰৈ বিনালে’ ছবিৰ টিকটৰ দাম
- গুৱাহাটীৰ একাংশ ছবিগৃহত পূৰ্বতকৈ বৃদ্ধি টিকটৰ দাম
- গুৱাহাটীৰ Cinepolisত ২২০ টকীয়া টিকট হ’লগৈ ৩২০ টকা
- ২৪০ টকীয়া টিকট হ’লগৈ ৩৪০ টকা
- VIPৰ ৪৫০ টকীয়া টিকট হ’লগৈ ৬০০ টকা
- PVRতো ৩৩০ টকীয়া Prime Plus টিকট হ’লগৈ ৪২০ টকা
- ২৮০ টকীয়া Prime টিকট হ’লগৈ ৩৮০ টকা
- ২৫০ টকীয়া Classic টিকট হ’লগৈ ৩৬০ টকা
- প্ৰতিটো টিকটৰ দাম বৃদ্ধি কৰিছে প্ৰায় ১০০ টকাকৈ
- ইতিমধ্যে আৰম্ভ হৈ ৰৈ ৰৈ বিনালেৰ অগ্ৰীম টিকট বুকিং
- প্ৰাণৰ শিল্পীগৰাকীৰ শেষ ছবিখনক লৈ ৰাইজৰ মাজত ব্যাপক উচাহ
- প্ৰতিঘণ্টাত বিক্ৰী হৈছে হাজাৰ হাজাৰ টিকট
- দৰ্শকৰ সহাৰিৰ সুবিধা লৈছে একাংশ হলৰ মালিকে
- টিকটৰ মূল্যবৃদ্ধিক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us