New Update
/asomiyapratidin/media/media_files/2025/10/01/breaking-news-2025-10-01-19-15-52.jpg)
- সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষত পথ দুৰ্ঘটনা।
- তীব্ৰবেগী এখন বাহনৰ খুন্দাত আহত এজন জুবিন অনুৰাগী।
- আহত যুৱকজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ।
- জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন।
- সেই সময়তে সোণাপুৰৰ হাতীমূৰাত থকা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰৰ কাষতে সংঘটিত কৰে দুৰ্ঘটনা।
- সেই সময়ত ঘটনাস্থলীত উপস্থিত আছিল স্থানীয় আৰক্ষী তথা অন্যান্য সুৰক্ষা কৰ্মী।
- ঘটনা সংঘটিত হোৱাৰ লগে লগেই স্থানীয় আৰক্ষীয়ে আহত যুৱকজনক এম্বুলেঞ্চৰ জৰিয়তে প্ৰেৰণ কৰে হাস্পতাললৈ।
- অৱশ্যে এতিয়ালৈকে আহত যুৱকজনৰ পৰিচয় জানিব পৰা নাই।