মুখ্য-পৃষ্ঠা অসম খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় তিনিজন যুৱক Asomiya Pratidin 22 Nov 2025 23:17 IST Follow UsNew Updateশোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় তিনিজন যুৱক।দুখন মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত যুৱক তিনিজন। নিহত হয় মিৰাজুল ইছলাম,হিৰোজ মিলি আৰু অৰ্জুন নামৰ বাইক আৰোহী কেইজন। ৰাষ্ট্ৰীয় ঘাইপথআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক