/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
road accident road accident
-
বোকাজানৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
-
অচিনাক্ত গাড়ীৰ খুন্দাত নিহত বাইক আৰোহী।
-
ডিমাপুৰৰ অভিমুখে গৈ থকা অৱস্থাত অচিনাক্ত গাড়ীয়ে খুন্দা মাৰি থৈ যায় বাইক আৰোহীজনক।
-
ঘটনাস্থলীতে নিহত হয় বাইক আৰোহীজন।
-
নিহত যুৱকজনৰ শান্তিপুৰৰ বুলি জানিব পৰা গৈছে।
-
অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলাই যায় বাহনখন।
-
দুৰ্ঘটনাগ্ৰস্ত বাইকখন নম্বৰ হৈছে AS09H 9839