মুখ্য-পৃষ্ঠা অসম মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা নুনমাটি থানাৰ অন্তৰ্গত মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ডিভাইদাৰত খুন্দা মাৰি থিতাতে নিহত এগৰাকী যুৱক Asomiya Pratidin 12 Oct 2025 23:39 IST Follow UsNew Updateনুনমাটি থানাৰ অন্তৰ্গত মাধৱপুৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।ডিভাইদাৰত খুন্দা মাৰি থিতাতে নিহত এগৰাকী যুৱক।দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ এ এছ ০১ জি কে ০৩৫৮।যুৱকজনৰ নাম হিতেশ দাস। noonmatiআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক