" নিশা মহানগৰীৰ খৃষ্টানবস্তিত পথ দুৰ্ঘটনা। গণেশগুৰি দিশৰ পৰা অহা টেংকাৰৰ খুন্দা ডিভাইডাৰত। দুৰ্ঘটনাৰ ফলত সৃষ্টি তীব্ৰ যান-জঁটৰ। দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে চালক-হেণ্ডিমেন। টেংকাৰৰ ব্ৰেক ফেইল হৈ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ। "