গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা...

গৌৰীপুৰ মুৰীআলি ঘাটৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন যুৱক ।

author-image
Asomiya Pratidin
New Update
199
  • গৌৰীপুৰ মুৰীআলি ঘাটৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • যাত্ৰীবাহী বাছ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এজন যুৱক ।
  • গুৰুতৰভাৱে আহত আন জন যুৱকক সংকটজনক অৱস্থাত ততাতৈয়াকৈ DMCH লৈ প্ৰেৰণ।
  • ধুবুৰী বৰপেটা অভিমুখী যাত্ৰীবাহী বাছ আৰু বিপৰীত দিশৰ পৰা অহা এখন স্কুটি মুখামুখি সংঘৰ্ষ।
  • নিহত যুৱকজন আলমগঞ্জ নৱম খণ্ড গাঁৱৰ আল আমিন।
  • যাত্ৰীবাহী বাছৰ চেপাত নিহত যুৱকজন।
  • পৰিবহণ বিভাগে জধে মধে চালান কাটি অতপালিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
  • দুৰ্ঘটনা সংঘটিত হোৱা যাত্ৰীবাহী বাছখনৰ নম্বৰ AS-15-AC-1915
  • স্কুটিখন নম্বৰ প্লেটবিহীন আছিল।
  • সঘনাই উক্ত স্থানত দুৰ্ঘটনা সংগটিত হোৱা বাবে গতিৰোধক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজৰ।
গৌৰীপুৰ