" চামগুৰি গেৰুৱামুখত পথ দুৰ্ঘটনা। অচিনাক্ত মাটি কঢ়িওৱা ডাম্পাৰে মহতিয়াই নিলে চাইকেল আৰোহীক। দুৰ্ঘটনা থিতাতে নিহত হয় চাইকেল আৰোহী। নিহত হোৱা আৰোহীজনৰ নাম ইচলাম উদ্দিন। দুৰ্ঘটনা সংঘটিত কৰি পলয়ন ডাম্পাৰখন। "