পৰ্বতঝোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

মণিপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • নিশা পৰ্বতঝোৰাত  ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত তিনিজন।
  • মণিপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
  • চাৰিচকীয়া বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰে।
  • দুৰ্ঘটনাতপতিত হোৱা বাহনখনৰ নম্বৰ হৈছে WB-74-AF-7227।
  • ইতিমধ্যে ঘটনাস্থলীত বগৰিবাৰী আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত তিনিজনক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।
  • তাৰোপৰি নিহত লোকজনক কোকৰাঝাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
  • দুৰ্ঘটনাত পতিত হোৱা ব্যক্তি কেইজন ২০নং আৰক্ষী বাহিনীৰ জোৱান বুলি জানিব পৰা গৈছে।
পথ দুৰ্ঘটনা