New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/EWljJSpU0AEvLG_.jpg)
কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সিং।
কোভিড-১৯ক লৈ ৰাজ্যত সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত লৈছে বুজ।
তেলেংগানা, পশ্চিম বংগ, মহাৰাষ্ট্ৰৰ লগতে অসমৰ মুখ্যমন্ত্ৰীয়েও লৈছে অংশ।
লকডাউনৰ সন্দৰ্ভতো কৰা হব আলোচনা।