New Update
- মহাৰাষ্ট্রৰ পিছত নতুন দিল্লীত সাপ্তাহিক সান্ধ্য আইন।
- সম্পূৰ্ণ বন্ধ শ্বপিং ম'ল, প্রেক্ষাগৃহ, চুইমিং পুল, জিম।
- ৩০ শতাংশ উপস্থিতিৰে চলাব পাৰিব চিনেমা হল।
- ৰেস্তোৰাঁত বহি খোৱাত নিষেধাজ্ঞা।
- এটা জ'নত এখনহে সাপ্তাহিক বজাৰ খোলা থাকিব।
- ক'ভিড-১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ বাবে এই ঘোষণা।
- দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ এই ঘোষণা।