New Update
/asomiyapratidin/media/media_files/2025/09/22/399-2025-09-22-20-22-09.jpg)
- প্ৰাগ নিউজৰ পৰা অৱ্যাহতি দিয়া হৈছে যোৰহাটৰ সাংবাদিক উৎপল বৰাক।
- জুবিন গাৰ্গৰ সমাধি যোৰহাটত কৰাৰ বাবে দাবী জনাই প্ৰতিবাদৰ নামত কৰিছিল উদ্ভণ্ডালি।
- প্ৰতিবাদকাৰীক উচতনি দিয়াৰ অভিযোগ সাংবাদিক উৎপল বৰাৰ বিৰুদ্ধে।
- প্ৰাগ নিউজ কৰ্তৃপক্ষই সাংবাদিকজনৰ কোনো মন্তব্য দায়িত্ব নলয় বুলি কৈছে।
- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সাংবাদিকজনৰ এনে আচৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সংবাদমেলত।
- যোৰহাটত অনুষ্ঠিত প্ৰতিবাদী সভাত তেওঁ দিয়া উদাত্ত ভাষণৰ দায়িত্ব তেওঁৰ নিজৰ বুলি কৈছে সংবাদ প্ৰতিষ্ঠানটোৱে।
- সামাজিক মাধ্যমযোগে দিয়া বক্তব্যৰো দায়িত্ব নলয় প্ৰাগ নিউজে।
- তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁক কৰ্মৰ পৰা অৱ্যাহতি দিয়াৰ কথা ঘোষণা কৰিছে।