New Update
/asomiyapratidin/media/media_files/2025/12/09/breaking-news-2025-12-09-19-03-58.jpg)
- ৰাজ্যৰ প্রশাসনিক বিভাগত ব্যাপক ৰদ-বদল
- ৮গৰাকী জিলা আয়ুক্তক কৰা হৈছে বদলি
- গৃহ বিভাগৰ আয়ুক্ত সচিব পাৰ্থ প্রতীম মজুমদাৰক বদলি
- বজালীৰ জিলা আয়ুক্ত হিচাপে বদলি পাৰ্থ প্রতীম মজুমদাৰক
- AIIDC(addl) সঞ্চালক নৰেন্দ্র কুমাৰ শ্বাহক বদলি কৰা হয়
- মুখ্যমন্ত্রী সচিবালয়ৰ অতিৰিক্ত দায়িত্ব প্ৰদান নৰেন্দ্র কুমাৰ শ্বাহক
- প্রীতি কুমাৰীক পশ্চিম কাৰ্বি আংলঙৰ আয়ুক্ত হিচাপে বদলি
- বিত্ত বিভাগৰ যুটীয়া সচিব আয়ুসী জৈনক দৰঙৰ আয়ুক্ত হিচাপে বদলি
- মিনাক্ষী দাস নাথক ASDMA(addl)ৰ দায়িত্বৰ পৰা আঁতৰোৱা হ’ল
- দৰঙৰ আয়ুক্ত পূবালী গোঁহাইক গোলাঘাটৰ আয়ুক্তৰ দায়িত্ব প্ৰদান
- পশ্চিম কাৰ্বি আংলঙৰ আয়ুক্ত সাৰংগ পানি শৰ্মাক বদলি
- পৰিবহণ বিভাগৰ সচিবৰ দায়িত্ব সাৰংগ পানি শৰ্মাক
- বাক্সাৰ আয়ুক্ত গৌতম দাসক P&RDৰ সচিবৰ দায়িত্ব
- চিৰাঙৰ আয়ুক্ত যতীন বৰাক সাধাৰণ প্ৰশাসন বিভাগৰ সচিবৰ দায়িত্ব
- লখিমপুৰৰ আয়ুক্ত প্রণৱজিৎ কাকতি বদলি
- দক্ষতা বিকাশ আৰু উদ্যোগ বিভাগৰ অতিৰিক্ত দায়িত্ব প্রণৱজিৎ কাকতিক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us