New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/bahise-1.jpg)
- বিগত ২৪ঘন্টাত ভাৰতত ৪০হাজাৰো অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
- ৪০হাজাৰ ৭১৫গৰাকী লোক আক্ৰান্ত হৈছে কোৰোনাত বিগত ২৪ঘন্টাত।
- এইসময়খিনিত ২৯হাজাৰ ৭৮৫গৰাকী লোক সুস্থ হৈছে।
- ১৯৯গৰাকী ৰোগীৰ মৃত্যু হৈছে বিগত ২৪ঘন্টাত।
- উল্লেখ্য যে, বৰ্তমানলৈ ৪কোটি ৮৪লাখ ৯৪হাজাৰ ৫৯৪গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us