আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি। পূৰ্বে ৰৈ যোৱা ৩ গৰাকী অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে।

author-image
Asomiya Pratidin
New Update
new ap web 2.jpg (2)
  • আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ নিয়মীয়া শুনানি
  • পূৰ্বে ৰৈ যোৱা ৩ গৰাকী অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে
  • অমৃতপ্রভা মহন্ত, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জামিনৰ ৰায় দিব আদালতে
  • শ্যামকানু মহন্ত, সন্দীপন গাৰ্গে প্রত্যাহাৰ কৰিছিল জামিন আবেদন
  • গোচৰটোৰ উন্নীতকৰণ, ব্যক্তিগত আৰু আইনী কাৰণ দৰ্শাই প্রত্যাহাৰ কৰিছিল আবেদন
  • শ্যামকানু মহন্তই অধিবক্তাৰদ্বাৰা জামিন প্রত্যাহাৰৰ আবেদন দাখিল কৰিছিল
  • সন্দীপন গাৰ্গে লোকঅধিবক্তাৰ জৰিয়তে প্রত্যাহাৰ কৰিছিল আবেদন
  • আনফালে ৩অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন SITৰ
  • অধিবক্তাৰ জৰিয়তে গৰিমা শইকীয়া গাৰ্গেৰো ৩ অভিযুক্তৰ জামিন নাকচৰ আবেদন
  • শ্যামকানু, শেখৰ, সিদ্ধাৰ্থই দাখিল কৰা কেইবাখনো আবেদনৰ আজি শুনানি হ’ব
  • সিদ্ধাৰ্থৰ অৰ্কিড ভিউ এপাৰ্টমেণ্টৰ 3A ফ্লেট জব্দ কৰাৰ বাবে আবেদন কৰিছিল SIT-এ
  • সেই আবেদনৰো আজি ৰায় দিব আদালতে
  • SIT-য়ে দাখিল কৰা আবেদনৰ আজি শুনানি গ্রহণ কৰিব বিপ্লৱ বৰুৱাৰ আদালতে
  • শেখৰজ্যোতিয়ে উন্নত স্বাস্থ্য পৰীক্ষা বিচাৰি কৰা আবেদনৰো হ’ব শুনানি
জুবিন গাৰ্গ জুবিন