দিল্লীত ৰিজাৰ্ভ বেংকৰ ‘Central Board of Directors’ ৰ বৈঠক

দিল্লীত ৰিজাৰ্ভ বেংকৰ ‘Central Board of Directors’ ৰ বৈঠক
  • কেন্দ্ৰীয় বাজেটৰ প্ৰসংগত ৰিজাৰ্ভ বেংকৰ 'Central Board of Directors'ৰ বৈঠক।
  • দিল্লীত অনুষ্ঠিত হৈছে বৈঠকখন।
  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ উপস্থিত থকা বৈঠকখনত ভাগ লৈছে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শান্তিকান্ত দাস আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও।
  • আন বহু উচ্চপদস্থ বিষয়াইয়ো অংশ লৈছে বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in