বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটক

সোমবাৰে বিয়লি তেওঁক আটক কৰে গুৱাহাটী আৰক্ষীয়ে। খ্ৰীষ্টানবস্তিৰ এখন হোটেলত অনুষ্ঠিত হৈছিল সংবাদমেলখন। 

author-image
Asomiya Pratidin
New Update
63
  • বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনক আটক।
  • সংবাদমেলৰ মাজতে আটক কৰে নেতাগৰাকীক।
  • সোমবাৰে বিয়লি তেওঁক আটক কৰে গুৱাহাটী আৰক্ষীয়ে।
  • খ্ৰীষ্টানবস্তিৰ এখন হোটেলত অনুষ্ঠিত হৈছিল সংবাদমেলখন। 
  • হোটেল এপল' গ্ৰেণ্ডত অনুষ্ঠিত হৈছিল সংবাদমেলখন।
বীৰ লাচিত সেনা