New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/WhatsApp-Image-2021-04-16-at-1.57.38-PM.jpeg)
- চি বি আইৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰঞ্জিত সিনহাৰ মৃত্যু।
- শুকুৰবাৰে পুৱতি নিশা ৪.৩০বজাত দিল্লীত মৃত্যু হয় তেওঁৰ।
- কোৰোনাত আক্ৰান্ত হৈ আছিল উচ্চ পদস্থ বিষয়াগৰাকী।
- মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৬৮বছৰ।
- বৃহস্পতিবাৰে নিশা তেখেতৰ শৰীৰত ধৰা পৰিছিল কোৰোনাৰ সংক্ৰমণ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us