/asomiyapratidin/media/media_files/2025/12/14/new-ap-web-5-7-2025-12-14-15-36-08.jpg)
ডিজিটেল ডেস্কঃ ১৮ ডিচেম্বৰৰ পৰা ২০২৬ চনৰ ১৮ জানুৱাৰীলৈ মাহজোৰা ‘শীতকালীন উৎসৱ’ৰ বাবে পৰ্যটকক আদৰিবলৈ সাজু হৈছে ৰামোজী ফিল্ম চিটি ৷ আকৰ্ষণীয়কৈ সজাই পৰাই তুলা হৈছে ৰামোজী ফিল্ম চিটি। কাৰ্নিভাল পেৰেড,মনোমোহা ফিল্ম মিউজিকেল আৰু আন বহুতো মনোৰঞ্জনৰে দৰ্শকক আদৰণি জনাবলৈ সাজু কৰা পৰিলক্ষিত হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/14/0fd15659-71f7-4f6b-bbfb-94c274076d59-2025-12-14-15-35-01.jpg)
উল্লেখ্য যে, এই শীতকালীন উৎসৱ আৰু ৰামোজী কাৰ্নিভাল ২০২৬ ৰ বাবে কেইবাটাও বিশেষ পেকেজ উপলব্ধ কৰা হৈছে ৷ য'ত আপুনি আপোনাৰ আপোনজন বা পৰিয়ালৰ সৈতে আহি এই উৎসৱ আৰু কাৰ্নিভালৰ আমেজ ল'ব পাৰিব। আনপিনে এই উৎসৱৰ বাবে সময় সীমা নিশা ৯ বজালৈকে বৃদ্ধি কৰা হৈছে। এই কাৰ্নিভালত লাইভ শ্ব',ৱাইল্ড ৱেষ্ট ষ্টাণ্ট, ৰোমাঞ্চকৰ ৰাইড, এডভেঞ্চাৰ জ'নে এক স্মৰণীয় অভিজ্ঞতা দিব সকলোকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/14/88cfa6b7-761b-49ab-afb7-252be2eff7e9-2025-12-14-15-35-24.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us